General knowledge in Assamese Part 2 // Assamese GK Question Answer

 General knowledge in Assamese Part 2 // Assamese GK, Assam GK Question Answer :

1.    প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)

2.   প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?

উত্তৰ : ভোগেশ্বৰ বৰুৱা

3.   প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ

4.   প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি ?

উত্তৰ : আনন্দৰাম বৰুৱা

5.   প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি ?

উত্তৰ : অচ্যুত শইকীয়া।

6.   প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা

7.   প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী

8.   প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল ?

উত্তৰ : মহানন্দ দাস

9.   প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)

10.   প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি ?

উত্তৰ : ৰুক্মিণী হৰণ

11.   প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি ?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা

12.   প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?

উত্তৰ : যাত্ৰিকৰ যাত্ৰা।

13.   প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?

উত্তৰ : নাথান ব্ৰাউন

14.   প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?

উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ

Similar Post:

2. General knowledge in Assamese Part 1 // Assamese GK Question Answer

 

Post a Comment

0 Comments