General knowledge in Assamese Part 2 // Assamese GK, Assam GK Question Answer :
1. প্ৰশ্ন
: জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)
2. প্ৰশ্ন
: এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা
3. প্ৰশ্ন
: ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ
4. প্ৰশ্ন
: প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি ?
উত্তৰ : আনন্দৰাম বৰুৱা
5. প্ৰশ্ন
: প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি ?
উত্তৰ : অচ্যুত শইকীয়া।
6. প্ৰশ্ন
: প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
7. প্ৰশ্ন
: উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী
8. প্ৰশ্ন
: অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল ?
উত্তৰ : মহানন্দ দাস
9. প্ৰশ্ন
: সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)
10. প্ৰশ্ন
: প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি ?
উত্তৰ : ৰুক্মিণী হৰণ
11. প্ৰশ্ন
: ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি ?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা
12. প্ৰশ্ন
: প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা।
13. প্ৰশ্ন
: অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?
উত্তৰ : নাথান ব্ৰাউন
14. প্ৰশ্ন
: প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
Similar Post: 2. General knowledge in Assamese Part 1 // Assamese GK Question Answer
|
0 Comments