General knowledge in Assamese Part 1 // Assamese GK Question Answer

 General knowledge in Assamese Part 1 // Assamese GK , Assam GK Question Answer :

1.    প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ :- দৈনিক বাতৰি

2.   প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি ?

উত্তৰ : প্ৰহ্লাদ চৰিত

3.   প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?

উত্তৰ : ভানুমতী

4.   প্ৰশ্ন : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?

উত্তৰ : অসমীয়া পুথিৰ তালিকা

5.   প্ৰশ্ন : কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল ?

উত্তৰ : নিপ বৰুৱাই

6.   প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি ?

উত্তৰ : জয়মতী

7.   প্ৰশ্ন : প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?

উত্তৰ : আইদেউ সন্দিকৈ

8.   প্ৰশ্ন : প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি

উত্তৰ : অবুজ বেদনা

9.   প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি ?

উত্তৰ : জয়মতী

10.   প্ৰশ্ন : প্ৰথম অসমীয়া সামাজিক নাটক কি ?

উত্তৰ : ৰাম নৱমী

11.   প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি?

উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ

12.   প্ৰশ্ন : গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ : ৰাম নৱমী

13.   প্ৰশ্ন :- সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল ?

উত্তৰ : লম্বোদৰ বৰা ; নাট: শকুন্তলা

14.   প্ৰশ্ন :- এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উত্তৰ : ভোগেশ্বৰ বৰুৱা

15.   প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল ?

উত্তৰ : বড়ো

16.   প্ৰশ্ন : ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয় ?

উত্তৰ : অসমৰ ডিগবৈত

17.   প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি ?

উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ

Post a Comment

1 Comments