General knowledge in Assamese Part 1 // Assamese GK , Assam GK Question Answer :
1. প্ৰশ্ন
:- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?
উত্তৰ :- দৈনিক বাতৰি
2. প্ৰশ্ন
:- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি ?
উত্তৰ : প্ৰহ্লাদ চৰিত
3. প্ৰশ্ন
:- প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতী
4. প্ৰশ্ন
: প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?
উত্তৰ : অসমীয়া পুথিৰ তালিকা
5. প্ৰশ্ন
: কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰ্পতি পদক লাভ কৰিছিল ?
উত্তৰ : নিপ বৰুৱাই
6. প্ৰশ্ন
: জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ’টোৰ নাম কি ?
উত্তৰ : ?..
7. প্ৰশ্ন
: প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল ?
উত্তৰ : আইদেউ সন্দিকৈ
8. প্ৰশ্ন
: প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি
উত্তৰ : অবুজ বেদনা
9. প্ৰশ্ন
: অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি ?
উত্তৰ : জয়মতী
10. প্ৰশ্ন
: প্ৰথম অসমীয়া সামাজিক নাটক কি ?
উত্তৰ : ৰাম নৱমী
11. প্ৰশ্ন
: গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাট খন কি?
উত্তৰ : ধৰালৈ যিদিনা নামিব সৰগ
12. প্ৰশ্ন
: গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা প্ৰথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নৱমী
13. প্ৰশ্ন
:- সংস্কৃত ভাষাৰ নাট অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন আছিল ?
উত্তৰ : লম্বোদৰ বৰা ; নাট: শকুন্তলা
14. প্ৰশ্ন
:- এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা
15. প্ৰশ্ন
: কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল ?
উত্তৰ : বড়ো
16. প্ৰশ্ন
: ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয় ?
উত্তৰ : অসমৰ ডিগবৈত
17. প্ৰশ্ন
: ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি ?
উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ
1 Comments
Q/6 Ans is wrong
ReplyDelete