General knowledge in Assamese Part 6 // Assamese GK Question Answer

 General knowledge in Assamese Part 6 // Assamese GK, Assam GK Question Answer :

১) প্ৰশ্ন :- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা

২) প্ৰশ্ন :-  প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে

৩) প্ৰশ্ন -: প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ : ভট্টদেৱ

৪) প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ

৫) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ : ফণী শৰ্মা

৬) প্ৰশ্ন -: অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?

উত্তৰ : চন্দ্ৰকান্ত অভিধান

৭) প্ৰশ্ন :- অসমৰ মুখ্য ভাষা কি ?

উত্তৰ : অসমীয়া

৮) প্ৰশ্ন :- হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?

উত্তৰ : চিত্ৰ ভাগৱত

৯) প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ

১০) প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ জনক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

Similar Post:



1. General knowledge in Assamese Part 5 // Assamese GK Question Answer


2. General knowledge in Assamese Part 4 // Assamese GK Question Answer


Post a Comment

0 Comments