General knowledge in Assamese Part 6 // Assamese GK, Assam GK Question Answer :
১) প্ৰশ্ন :- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম
অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা
২) প্ৰশ্ন :-
প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?
উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে
৩) প্ৰশ্ন -: প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ
ৰচক কোন ?
উত্তৰ : ভট্টদেৱ
৪) প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত
কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?
উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ
৫) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short
Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ : ফণী শৰ্মা
৬) প্ৰশ্ন -: অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম
অসমীয়া অভিধান খনৰ নাম কি ?
উত্তৰ : চন্দ্ৰকান্ত অভিধান
৭) প্ৰশ্ন :- অসমৰ মুখ্য ভাষা কি ?
উত্তৰ : অসমীয়া
৮) প্ৰশ্ন :- হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া
কিতাপ খনৰ নাম কি ?
উত্তৰ : চিত্ৰ ভাগৱত
৯) প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন
?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
১০) প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ জনক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
Similar
Post:
1. General knowledge in Assamese Part 5 // Assamese GK Question Answer
|
0 Comments