Assam History MCQ GK in Assamese // অসম বুৰঞ্জীৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন-উত্তৰ
প্রশ্ন : 'প্রাচীন অসম’ক পোন প্রথমে কি নামেৰে জনা গৈছিল?
(ক) কামৰূপ
(খ) শোণিতপুৰ
(গ) তেজপুৰ
(ঘ) গুৱাহাটী
উত্তৰ : (ক) কামৰূপ।
প্রশ্ন : প্রাচীন অসমৰ প্ৰথম ‘বংশ' হিচাপে কাক জনা যায়?
(ক) বর্মন বংশ
(খ) আহোম বংশ
(গ) বড়ো বংশ
(ঘ) ৰাভা বংশ
উত্তৰ : (ক) বর্মন বংশ
প্রশ্ন : প্রাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?
(ক) বড়োসকল
(খ) ৰাভাসকল
(গ) আহোমসকল
(ঘ) কোচ ৰাজবংশীসকল
উত্তৰ : (গ) আহোমসকল
প্রশ্ন : প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়।
(ক) তেজপুৰ
(খ) শিৱসাগৰ
(গ) যোৰহাট
(ঘ) লখিমপুৰ
উত্তৰ : (খ) শিৱসাগৰ
প্রশ্ন : প্রাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা-অনিৰুদ্ধৰ কাহিনী বর্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্রচলিত?
(ক) শিৱসাগৰ
(খ) গুৱাহাটী
(গ) তেজপুৰ
(ঘ) যোৰহাট
উত্তৰ : (গ) তেজপুৰ
প্রশ্ন : আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি?
(ক) চুকাফা
(গ) শিৱসিংহ
(খ) নৰনাৰায়ণ
(ঘ) ৰুদ্ৰসিংহ
উত্তৰঃ (ক) চুকাফা।
প্রশ্ন : আহোমসকলে ক’ত ৰাজধানী পাতিছিল?
- (ক) গুৱাহাটী
- (খ) শিৱসাগৰ
- (গ) তেজপুৰ
- (ঘ) চৰাইদেউ
উত্তৰ : (ঘ) চৰাইদেউ।
প্রশ্ন : হেম সৰস্বতীয়ে কি গ্রন্থ ৰচনা কৰিছিল ?
(ক) প্ৰহ্লাদ চৰিত
(খ) ৰুক্মিণী হৰণ
(গ) পাৰিজাত হৰণ
(ঘ) ৰামবিজয়
উত্তৰ : (ক) প্ৰহ্লাদ চৰিত।
প্রশ্ন : কোনজন পণ্ডিতে দুর্লভনাৰায়ণক এজন শ্রেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল ?
(ক) হেম সৰস্বতী
(খ) ৰত্ন সৰস্বতী
(গ) শংকৰদেৱ
(ঘ) মাধৱদেৱ
উত্তৰ : (খ) ৰত্ন সৰস্বতী।
প্রশ্ন : প্রাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল?
(ক) তেজপুৰ
(খ) উত্তৰ গুৱাহাটী
(গ) যোৰহাট
(ঘ) শিৱসাগৰ
উত্তৰ : (খ) উত্তৰ গুৱাহাটী।
প্রশ্ন : কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল?
(ক) আৰিমত্ত
(খ) দুর্লভনাৰায়ণ
(গ) চুকাফা
(ঘ) নৰনাৰায়ণ
উত্তৰ : (ক) আৰিমত্ত।
প্রশ্ন : 'জয়দ্রথ বধ' কাব্য কাৰ ৰচনা?
(ক) কবিৰত্ন সৰস্বতীৰ
(খ) হেম সৰস্বতীৰ
(গ) মাধৱদেৱৰ
(ঘ) বিশ্বসিংহৰ
উত্তৰ : (ক) কবিৰত্ন সৰস্বতীৰ।
প্রশ্ন : ‘সেন’ বংশৰ প্ৰতিষ্ঠাপক কোন?
(ক) নৰনাৰায়ণ
(খ) দুর্লভ নাৰায়ণ
(গ) নীলধ্বজ
(ঘ) চুকাফা
উত্তৰ : (গ) নীলধ্বজ ৷
প্রশ্ন : বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়?
(ক) চুকাফা
(খ) বিশ্বসিংহ
(গ) আলাউদ্দিন হুছেইন শ্বাহ
(ঘ) নীলধ্বজ
উত্তৰ : (গ) আলাউদ্দিন হুছেইন শ্বাহ।
প্রশ্ন : কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) নৰনাৰায়ণ
(খ) নীলধ্বজ
(গ) বিশ্বসিংহ
(ঘ) চুকাফা
উত্তৰ : (গ) বিশ্বসিংহ
প্রশ্ন : ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল?
(ক) ১৫১৫-১৫৪০ খ্রীঃ
(খ) ১৫৪০-১৫৮৭ খ্রীঃ
(গ) ১৩২০-১৫৯৯ খ্রীঃ
(ঘ) ১৬০০-১৬২০ খ্রীঃ
উত্তৰ : (খ) ১৫৪০-১৫৮৭ খ্রীঃ।
প্রশ্ন : মহাৰাজ নৰনায়াৰণৰ আচল নাম কি আছিল?
(ক) মল্লদেৱ
(গ) দুর্লভ
(খ) ভট্টদেৱ
(ঘ) শুক্লধ্বজ
উত্তৰ : (ক) মল্লদেৱ।
প্রশ্ন : কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?
(ক) নৰনাৰায়ণ
(খ) চক্ৰধ্বজ
(গ) চিলাৰায়
(ঘ) বিশ্বসিংহ
উত্তৰ : (ক) নৰনাৰায়ণ ।
প্রশ্ন : কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে।
(ক) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি।
(খ) কামাখ্যা মন্দিৰৰ বেৰত থকা তামৰ ফলি।
(গ) কামাখ্যা মন্দিৰৰ বেৰত থকা সোণৰ ফলি।
(ঘ) কামাখ্যা মন্দিৰৰ বেৰত থকা ৰূপৰ ফলি।
উত্তৰ : (ক) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি।
প্রশ্ন : কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
(ক) নৰনাৰায়ণ
(খ) বিশ্বসিংহ
(গ) ৰঘুদেৱ
(ঘ) চক্ৰধ্বজ
উত্তৰ : (গ) ৰঘুদেৱ।
প্রশ্ন : পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?
(ক) নৰনাৰায়ণ
(খ) ৰঘুদেৱ
(গ) চুকাফা
(ঘ) বিশ্বসিংহ
উত্তৰ : (খ) ৰঘুদেৱ।
প্রশ্ন : ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ?
(ক) মাধৱ কন্দলি
(খ) অনন্ত কন্দলি
(গ) ৰঘুদেৱ
(ঘ) হেম সৰস্বতী
উত্তৰ : (খ) অনন্ত কন্দলি।
প্রশ্ন : নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল?
(ক) ৰালফ্ ফিটছ
(গ) লৰ্ড ৰিপন
(খ) ভাইচৰয় লর্ড
(ঘ) লর্ড কার্জন
উত্তৰ : (ক) ৰালফ্ ফিটছ।
প্রশ্ন : পুৰুষোত্তম বিদ্যাবাগিশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি?
(ক) ৰামায়ণ
(খ) মহাভাৰত
(গ) ৰত্নমালা ব্যাকৰণ
(ঘ) প্ৰহ্লাদ চৰিত
উত্তৰ : (গ) ৰত্নামালা ব্যাকৰণ।
প্রশ্ন : কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল।
(ক) ১৫৮০ খ্ৰীঃ
(খ) ১৫৮১ খ্রীঃ
(গ) ১৫৪০ খ্রীঃ
(ঘ) ১৫৯০ খ্রীঃ
উত্তৰ : (খ) ১৫৮১ খ্রীঃ।
প্রশ্ন : কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?
(ক) মংগোলীয়
(খ) গাৰো
(গ) আহোম
(ঘ) কছাৰী
উত্তৰ : (ক) মংগোলীয়।
প্রশ্ন : কছাৰীসকলৰ শেষ ৰজা কোন আছিল?
(ক) গোবিন্দ চন্দ্ৰ
(খ) দুৰ্লভনাৰায়ণ
(গ) নৰনাৰায়ণ
(ঘ) বিশ্বসিংহ
উত্তৰ : (ক) গোবিন্দ চন্দ্ৰ।
প্রশ্ন : কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?
(ক) কামৰূপ
(খ) ডিমাপুৰ
(গ) শোণিতপুৰ
(ঘ) তেজপুৰ
উত্তৰ : (খ) ডিমাপুৰ।
প্রশ্ন : বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
(ক) মাধৱ কন্দলি
(খ) শংকৰদেৱ
(গ) মাধৱদেৱ
(ঘ) অনন্ত কন্দলি
উত্তৰ : (ক) মাধৱ কন্দলি।
প্রশ্ন : চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
(ক) বিচাৰ পতিকা
(খ) নৰনাৰায়ণ
(গ) গোবিন্দ চন্দ্ৰ
(ঘ) চন্দ্ৰধ্বজ
উত্তৰ : (ক) বিচাৰ পতিকা।
প্রশ্ন : যশনাৰায়ণৰ আন এটা নাম কি আছিল?
(ক) শত্রু দমন
(খ) শক্তি
(গ) নাশ
(ঘ) ক্রিয়া
উত্তৰ : (ক) শত্রু দমন।
প্রশ্ন : আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
(ক) তাম্ৰধ্বজ নাৰায়ণ
(খ) নৰনাৰায়ণ
(গ) দুর্লভ
(ঘ) চক্ৰধ্বজ
উত্তৰ : (ক) তাম্ৰধ্বজ নাৰায়ণ।
প্রশ্ন : কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?
(ক) ১৫২০ চনত
(খ) ১৫৭০ চনত
(গ) ১৫২৩ চনত
(ঘ) ১৫৪০ চনত
উত্তৰ : (গ) ১৫২৩ চনত।
প্রশ্ন : চুতীয়াসকলৰ ৰাজধানী ক’ত আছিল ?
(ক) ধুবুৰী
(খ) চৰাইদেউ
(গ) শদিয়া
(ঘ) যোৰহাট
উত্তৰ : (গ) শদিয়া।
প্রশ্ন : কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়?
(ক) নীতিপাল
(খ) ধীৰনাৰায়ণ
(গ) নৰনাৰায়ণ
(ঘ) চুকাফা
উত্তৰ : (ক) নীতিপাল।
প্রশ্ন : অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল?
(ক) শংকৰদেৱ
(খ) মাধৱদেৱ
(গ) অনন্ত কন্দলি
(ঘ) মাধৱ কন্দলি
উত্তৰ : (ক) শংকৰদেৱ
প্রশ্ন : প্রাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজা এজনৰ নাম লিখা।
(ক) কুমাৰ ভাস্কৰ বৰ্মা
(খ) নৰনাৰায়ণ
(গ) চক্ৰধ্বজ সিংহ
(ঘ) বিশ্বসিংহ
উত্তৰ : (ক) কুমাৰ ভাস্কৰ বৰ্মা।
প্রশ্ন : আহোমসকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰি আছিল?
(ক) অৰুণাচল প্রদেশ
(খ) মাওলুং ৰাজ্যত
(গ) ডিমাপুৰ
(ঘ) গাৰো পাহাৰত
উত্তৰ : (খ) মাওলুং ৰাজ্যত।
প্রশ্ন : ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল?
(ক) কবীৰ
(খ) মাধৱদেৱ
(গ) অনন্ত কন্দলি
(ঘ) মাধৱ কন্দলি
উত্তৰ : (ক) কবীৰ।
প্রশ্ন : কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল?
(ক) চুহুংমুং
(খ) চুকাফা
(গ) মিলামুদ্দিন
(ঘ) নিজামুদ্দিন
উত্তৰ : (ক) চুহুংমুং।
প্রশ্ন : শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল ?
(ক) নৰনাৰায়ণ
(খ) চুকাফা
(গ) বিশ্বসিংহ
(ঘ) চক্ৰধ্বজ সিংহ
উত্তৰ : (ক) নৰনাৰায়ণ।
প্রশ্ন : নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?
(ক) শিৱ
(খ) কৃষ্ণ
(গ) গণেশ
(ঘ) বিশ্বকর্মা
উত্তৰ : (খ) কৃষ্ণ
প্রশ্ন : বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্র কি?
(ক) সত্ৰসমূহ
(খ) নামঘৰসমূহ
(গ) দেৱালয়সমূহ
(ঘ) মন্দিৰসমূহ
উত্তৰ : (ক) সত্ৰসমূহ।
প্রশ্ন : বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?
(ক) শৰাইঘাট দলং
(খ) নৰনাৰায়ণ সেতু
(গ) কলিয়াভোমোৰা দলং
(ঘ) বুঢ়ীদিহিং
উত্তৰ : (গ) কলিয়াভোমোৰা দলং।
প্রশ্ন : কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয় ?
(ক) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে
(খ) ১৮২৩ চনৰ পৰা ১৮২৮ চনলৈকে
(গ) ১৮৪০ চনৰ পৰা ১৮৫৬ চনলৈকে
(ঘ) ১৮৫৮ চনৰ পৰা ১৮৬৪ চনলৈকে
উত্তৰ : (ক) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে
প্রশ্ন : অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল?
(ক) ১৮২৫ চনত
(খ) ১৮২০ চনত
(গ) ১৮৪০ চনত
(ঘ) ১৮২১ চনত
উত্তৰ : (ঘ) ১৮২১ চনত
প্রশ্ন : কিমান চনত ইণ্ডো-বার্মা যুদ্ধ সংঘটিত হৈছিল?
(ক) ১৮২১–১৮২৫ চনত
(খ) ১৮২৪–১৮২৬ চনত
(গ) ১৮৩০–১৮৩৬ চনত
(ঘ) ১৮৩২–১৮৩৬ চনত
উত্তৰ :(ক) ১৮২১–১৮২৫ চনত
প্রশ্ন : কিমান চনত লৰ্ড আমহাটে বংগদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ?
(ক) ১৮৩০ খ্ৰীঃৰ ১২ মাৰ্চত
(খ) ১৮২৪ খ্ৰীঃৰ ৫ মাৰ্চত
(গ) ১৮৩৪ খ্ৰীঃৰ ২ এপ্ৰিলত
(ঘ) ১৮৩৯ খ্ৰীঃৰ ৪ এপ্ৰিলত
উত্তৰ : (খ) ১৮২৪ খ্ৰীঃৰ ৫ মাৰ্চত।
প্রশ্ন : মহাবীৰৰ আন এটা নাম কি আছিল?
(ক) তথাগত
(খ) জিন
(গ) বর্ধমান
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ : (গ) বর্ধমান
প্রশ্ন : তৃতীয় বৌদ্ধ মেলা ক’ত অনুষ্ঠিত হৈছিল?
(ক) পাটলিপুত্র
(খ) বিক্রমশীলা
(গ) কেভলিন
(ঘ) সাক্যমুনি
উত্তৰ : (ক) পাটলিপুত্র
প্রশ্ন : বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল?
(ক) ল'থাল
(খ) ধোলাবিৰা
(গ) কুণ্টাছি
(ঘ) কালিবঙ্খান
উত্তৰ : (গ) কুণ্টাছি।
প্রশ্ন : সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল?
(ক) আৰ্যসকল
(খ) চুমেৰিয়সকল
(গ) অষ্ট্ৰলইডসকল
(ঘ) দ্রাবিদিয়ানসকল
উত্তৰ : (ক) আৰ্যসকল
প্রশ্ন : বুদ্ধদেৱে প্ৰথমে ক’ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল?
(ক) গয়া
(খ) ৰাজগ্ৰীহ
(গ) পাতলীপুত্র
(ঘ) সাৰনাথ
উত্তৰ : (ঘ) সাৰনাথ।
প্রশ্ন : কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
(ক) পুষ্যবর্মন
(গ) বলবর্মন
(খ) সমুদ্রবর্মন
(ঘ) ভাস্কৰবৰ্মন
উত্তৰ : (ক) পুষ্যবৰ্মন
প্রশ্ন : চীনা পরিব্রাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা আছিল—
(ক) ভাস্কৰবৰ্মন
(খ) মহেন্দ্ৰবর্মন
(গ) স্থিতবর্মন
(ঘ) কল্যাণবর্মন
উত্তৰ : (ক) ভাস্কৰবৰ্মন।
প্রশ্ন : কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হর্ষবর্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল?
ক) শশাংক
(খ) হংসবেগ
(গ) গ্রহবর্মন
(ঘ) দেৱগুপ্ত
উত্তৰ : (খ) হংসবেগ।
প্রশ্ন : গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?
(ক) প্ৰাগজ্যোতিষপুৰ
(খ) কামৰূপ নগৰ
(গ) কর্ণসুবর্ণ
(ঘ) কমতাপুৰ
উত্তৰ : (গ) কর্ণসুবর্ণ।
প্রশ্ন : বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল ?
(ক) ৰাজ্যমতী
(খ) ভানুমতী
(গ) অমৃতপ্রভা
(ঘ) ইন্দুমতী
উত্তৰ : (গ) অমৃতপ্রভা।
প্রশ্ন : হর্ষচৰিতৰ লেখক কোন আছিল ?
(ক) বাণভট্ট
(খ) কালিদাস
(গ) বিশাখাদত্ত
(ঘ) কৌটিল্য
উত্তৰ : (ক) বাণভট্ট।
প্রশ্ন : বিশাখাদত্ত ৰচিত নাটকখন কি?
(ক) ৰঘুবংশ
(খ) কুমাৰহৰণ
(গ) মুদ্ৰাৰাক্ষস
(ঘ) মেঘদূত
উত্তৰ : (গ) মুদ্ৰাৰাক্ষস।
প্রশ্ন : ৰাজতৰংগিনীৰ ৰচক কোন?
(ক) কৌটিল্য
(খ) কলহন
(গ) বাণভট্ট
(ঘ) চৰক
উত্তৰ : (খ) কলহন।
প্রশ্ন : বৈদৰ গড় কোনে নির্মাণ কৰিছিল?
(ক) বল্লভদেৱ
(খ) ত্যিংগদেৱ
(গ) বৈদ্যদেৱ
(ঘ) পৃথু
উত্তৰ : (গ) বৈদ্যদেৱ।
প্রশ্ন : বংগৰ শাসন কর্তা মহম্মদ বিন বখতিয়াৰ খিলিজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোনআছিল?
(ক) পৃথু
(খ) সমুদ্রবর্মন
(গ) সন্ধ্যা
(ঘ) বৈদ্যদেৱ
উত্তৰ : (ক) পৃথু
প্রশ্ন : বর্তমান শিৱসাগৰৰ ৰংঘৰটো কোনজন স্বৰ্গদেউৰ দিনত সজোৱা হৈছিল?
(ক) ৰুদ্ৰসিংহ
(খ) প্রমত্তসিংহ
(গ) ৰাজেশ্বৰসিংহ
(ঘ) শিৱসিংহ
উত্তৰ: (খ) প্রমত্তসিংহ।
প্রশ্ন : অসমৰ আটাইতকৈ ওখ দৌল কোনটো ?
(ক) শিৱদৌল
(খ) দেৱীদৌল
(গ) বিষ্ণুদৌল
উত্তৰ : (ক) শিৱদৌল।
প্রশ্ন : আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল?
(ক) চন্দ্ৰকান্ত সিংহ
(খ) পুৰন্দৰ সিংহ
(গ) যোগেশ্বৰ সিংহ
(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) পুৰন্দৰ সিংহ।
প্রশ্ন : মানে প্রথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল ?
(ক) চুকাফা
(খ) প্রতাপ সিংহ
(গ) শিৱ সিংহ
(ঘ) চন্দ্ৰকান্ত সিংহ
উত্তৰ : (ঘ) চন্দ্ৰকান্ত সিংহ।
প্রশ্ন : ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
(ক) ১৮২৬
(খ) ১৮২৮
(গ) ১৮২০
(ঘ) ১৮২৪
উত্তৰ : (ক) ১৮২৬।
প্রশ্ন : মাইবাং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত?
(ক) বুঢ়ীদিহিং
(খ) দিচাং
(গ) দেখৌ
(ঘ) মাহুৰ
উত্তৰ : (ঘ) মাহুৰ।
70.
আহোম বংশৰ শেষৰজন ৰজা কোন আছিল?
(ক) চন্দ্ৰকান্ত সিংহ
(খ) পুৰন্দৰ সিংহ
(গ) গৌৰীনাথ সিংহ
(ঘ) উদয়াদিত্য সিংহ
উত্তৰ : (খ) পুৰন্দৰ সিংহ।
প্রশ্ন : শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
(ক) ১৬৭০ চনত
(খ) ১৬৭১ চনত
(গ) ১৬৭২ চনত
(ঘ) ১৫৭১ চনত
উত্তৰ : (খ) ১৬৭১ চনত
প্রশ্ন : অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল?
(ক) ১৯১৫ চনত
(খ) ১৯২৫ চনত
(গ) ১৯১৬ চনত
(ঘ) ১৯২৬ চনত
উত্তৰ : (ঘ) ১৯২৬ চনত।
প্রশ্ন : পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?
(ক) তৰুণৰাম ফুকন
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) শ্রীনিবাস আয়েংগাৰ
(ঘ) অৰবিন্দ ঘোষ
উত্তৰ : (গ) শ্রীনিবাস আয়েংগাৰ।
প্রশ্ন : স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্রথমজন মহিলা কোন আছিল?
(ক) কনকলতা
(খ) ভোগেশ্বৰী
(গ) মুংগ্ৰী
(ঘ) পুষ্পলতা দাস
উত্তৰ : (গ) মুংগ্ৰী।
প্রশ্ন : কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে?
(ক) ১২২০ চনত
(খ) ১২২৮ চনত
(গ) ১২৩২ চনত
(ঘ) ১২৪০ চনত
উত্তৰ : (খ) ১২২৮ চনত।
প্রশ্ন : অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল?
(ক) টাইসকলে
(খ) মোগলসকলে
(গ) কোচসকলে
(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (গ) আহোমসকলে।
প্রশ্ন : কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
(ক) স্বৰ্গদেউ লক্ষ্মীসিংহ
(খ) চুহুংমুং
(গ) চুকাফা
(ঘ) প্রমত্ত সিংহ
উত্তৰ : (ক) স্বৰ্গদেউ লক্ষ্মীসিংহ।
প্রশ্ন : আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল ?
(ক) বৰ্মন বংশৰ ৰজা
(খ) কোচ ৰজা
(গ) স্বৰ্গদেউসকল
(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) কোচ ৰজা।
প্রশ্ন : শ্বিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হয়?
(ক) ১৮৫০ চনত
(খ) ১৮৫৬ চনত
(গ) ১৮৭৪ চনত
(ঘ) ১৮৭০ চনত
উত্তৰ: (গ) ১৮৭৪ চনত
প্রশ্ন : অসমলৈ মানসকলক কোনে আনিছিল?
(ক) লচিত বৰফুকনে
(খ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
(গ) বদন বৰফুকনে
(ঘ) গদাধৰ সিংহই
উত্তৰ : (গ) বদন বৰফুকনে।
81.
শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?
(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ
(খ) চুকাফা
(গ) স্বৰ্গদেউ প্রমত্ত সিংহ
(ঘ) স্বৰ্গদেউ ৰুদ্ৰসিংহ
View
Answer
উত্তৰ : (গ) স্বৰ্গদেউ প্রমত্ত সিংহ।
82.
নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল?
(ক) স্বৰ্গদেউ প্রতাপ সিংহ
(খ) মহাৰাজ ৰুদ্ৰসিংহ
(গ) লক্ষ্মীসিংহ
(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
View
Answer
উত্তৰ : (খ) মহাৰাজ ৰুদ্ৰসিংহ।
প্রশ্ন : অশ্বক্রান্ত আৰু দীঘ্ৰেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল?
(ক) স্বৰ্গদেউ শিৱসিংহ
(খ) গদাধৰ সিংহ
(গ) ৰত্নধ্বজ সিংহ
(ঘ) চক্ৰধ্বজ সিংহ
উত্তৰ : (ক) স্বৰ্গদেউ শিৱসিংহ।
প্রশ্ন : দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় ?
(ক) চুকাফা
(খ) নৰনাৰায়ণ
(গ) চুলিকফা
(ঘ) চুহুংমুং
উত্তৰ : (ঘ) চুহুংমুং।
প্রশ্ন : হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
(ক) চুলিকফা
(খ) শিৱসিংহ
(গ) চুহুংমুং
(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (গ) চুহুংমুং।
প্রশ্ন : আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?
(ক) চুহুংমুং
(খ) ৰত্নধ্বজ সিংহ
(গ) শিৱসিংহ
(ঘ) ওপৰৰ এটা শুদ্ধ নহয়
উত্তৰ : (খ) ৰত্নধ্বজ সিংহ।
প্রশ্ন : কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল ?
(ক) লাইকোঁৱৰ
(খ) গোমধৰ কোঁৱৰ
(গ) ৰাজেশ্বৰ সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰ : (খ) গোমধৰ কোঁৱৰ
প্রশ্ন : অসমীয়া বুৰঞ্জীত ল’ৰাৰজা হিচাপে কাক জনা যায়?
(ক) চুকাফা
(গ) চুহুংমুং
(খ) ৰত্নধ্বজ সিংহ
(ঘ) নৰনাৰায়ণ
উত্তৰ : (খ) ৰত্নধ্বজ সিংহ।
প্রশ্ন : ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
(ক) শিৱসিংহ
(খ) ৰাজেশ্বৰ সিংহ
(গ) গদাধৰ সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰ : (গ) গদাধৰ সিংহ।
প্রশ্ন : শিৱসাগৰৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?
(ক) প্রমত্ত সিংহ
(খ) লক্ষ্মী সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) শিৱ সিংহ
উত্তৰ : (ঘ) শিৱ সিংহ।
প্রশ্ন : বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
(ক) নৰনাৰায়ণ
(গ) শিৱসিংহ
(খ) ৰুদ্ৰসিংহ
(ঘ) কুমাৰ ভাস্কৰ বৰ্মন
উত্তৰ : (ঘ) কুমাৰ ভাস্কৰ বৰ্মন।
প্রশ্ন : শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?
(ক) উদয়াধিত্ব সিংহৰ
(গ) চক্ৰধ্বজ সিংহ
(খ) ৰাজেশ্বৰ সিংহ
(ঘ) ৰত্নধ্বজ সিংহ
উত্তৰ : (ক) উদয়াধিত্ব সিংহৰ দিনত
প্রশ্ন : কাৰ দিনত চীনা পরিব্রাজক হিউবেন চাং অসমলৈ আহিছিল?
(ক) চুকাফা
(খ) শিৱসিংহ
(গ) চুহুংমুং
(ঘ) কুমাৰ ভাস্কৰ বৰ্মন
উত্তৰ : (ঘ) কুমাৰ ভাস্কৰ বৰ্মন।
প্রশ্ন : মুছলমানে কেতিয়া প্রথমে অসম আক্রমণ কৰিছিল ?
(ক) ১২০২ চনত
(খ) ১২০৬ চনত
(গ) ১২১২ চনত
(ঘ) ১২০৯ চনত
উত্তৰ : (খ) ১২০৬ চনত।
প্রশ্ন : কাৰ দিনত মুছলমানসকলে শেষ আক্রমণ কৰিছিল?
(ক) ৰত্নধ্বজ সিংহ
(খ) গদাধৰ সিংহ
(গ) শিৱসিংহ
(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ : (খ) গদাধৰ সিংহ।
প্রশ্ন : অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
(ক) ১৯৮০ চনৰ ২ অক্টোবৰত
(খ) ১৯৮৫ চনৰ ১৫ আগষ্টত