General knowledge in Assamese Part 10 // Assamese GK Question Answer

 General knowledge in Assamese Part 10 // Assamese GK, Assam GK Question Answer :

১) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ বঁটা’ অৰ্জন কৰিছিল ?

উত্তৰ : ২০০০১ চনত

২) প্ৰশ্ন :- অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল ?

উত্তৰ : নাথান ব্ৰাউন

৩) প্ৰশ্ন :- ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

৪) প্ৰশ্ন : অসমৰ অ’ মোৰ আপোনাৰ দেশ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

৫) প্ৰশ্ন :- কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় ?

উত্তৰ : নলিনীবালা দেৱী

৬) প্ৰশ্ন :- অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ?

উত্তৰ : ১৯৬১ চনত

৭) প্ৰশ্ন :- অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল ?

উত্তৰ : ১৮৪৬ চনত

৮) প্ৰশ্ন :- প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল ?

উত্তৰ : ১৮৮৯ চনত

৯) প্ৰশ্ন :- জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

১০) প্ৰশ্ন :- প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?

উত্তৰ : ৰুক্মিণী হৰণ

১১) প্ৰশ্ন :- মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল ?

উত্তৰ : ছয় খন

১২) প্ৰশ্ন :- কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল ?

উত্তৰ : দিলীপ কুমাৰ দত্ত

১৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি ?

উত্তৰ : যাত্ৰিকৰ যাত্ৰা

১৪) প্ৰশ্ন :- কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’ বুলি কোৱা হয় ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ

১৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো ?

উত্তৰ : ব’হাগ

১৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি ?

উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ

১৭) প্ৰশ্ন :- প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?

উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী

১৮) প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি ?

উত্তৰ : দৈনিক বাতৰি

১৯) প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কিb?

উত্তৰ : প্ৰহ্লাদ চৰিত

২০) প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি ?

উত্তৰ : ভানুমতী

Similar Post :

 

1. General knowledge in Assamese Part 9 // Assamese GK Question Answer

 

2. General knowledge in Assamese Part 8 // Assamese GK Question Answer

 

Post a Comment

0 Comments