General knowledge in Assamese Part 10 // Assamese GK, Assam GK Question Answer :
১) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ
বঁটা’ অৰ্জন কৰিছিল ?
উত্তৰ : ২০০০১ চনত
২) প্ৰশ্ন :- অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ
প্ৰতিস্থাপক সম্পাদক কোন আছিল ?
উত্তৰ : নাথান ব্ৰাউন
৩) প্ৰশ্ন :- ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ
প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৪) প্ৰশ্ন : অসমৰ অ’ মোৰ আপোনাৰ দেশ নামৰ জাতীয়
সঙ্গীতটোৰ ৰচক কোন ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
৫) প্ৰশ্ন :- কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭
চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয় ?
উত্তৰ : নলিনীবালা দেৱী
৬) প্ৰশ্ন :- অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয়
স্বীকৃতি লাভ কৰিছিল ?
উত্তৰ : ১৯৬১ চনত
৭) প্ৰশ্ন :- অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’
কিমান চনৰ প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৪৬ চনত
৮) প্ৰশ্ন :- প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’
প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল ?
উত্তৰ : ১৮৮৯ চনত
৯) প্ৰশ্ন :- জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন
অসমীয়া সাহিত্যিক কোন?
উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
১০) প্ৰশ্ন :- প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ
নাম কি?
উত্তৰ : ৰুক্মিণী হৰণ
১১) প্ৰশ্ন :- মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া
নাট লিখিছিল ?
উত্তৰ : ছয় খন
১২) প্ৰশ্ন :- কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি
লিখি উলিয়াইছিল ?
উত্তৰ : দিলীপ কুমাৰ দত্ত
১৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম
কি ?
উত্তৰ : যাত্ৰিকৰ যাত্ৰা
১৪) প্ৰশ্ন :- কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’
বুলি কোৱা হয় ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
১৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো
?
উত্তৰ : ব’হাগ
১৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি
?
উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ
১৭) প্ৰশ্ন :- প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি
খনৰ নাম কি?
উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী
১৮) প্ৰশ্ন :- প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ
নাম কি ?
উত্তৰ : দৈনিক বাতৰি
১৯) প্ৰশ্ন :- প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম
কিb?
উত্তৰ : প্ৰহ্লাদ চৰিত
২০) প্ৰশ্ন :- প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস
খনৰ নাম কি ?
উত্তৰ : ভানুমতী
Similar Post :
1. General knowledge in Assamese Part 9 // Assamese GK Question Answer
2. General knowledge in Assamese Part 8 //
Assamese GK Question Answer |
0 Comments