General knowledge in Assamese Part 9 // Assamese GK, Assam GK Question Answer :
১) প্ৰশ্ন :- অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ
প্ৰথম অধিবেশন কেতিয়া হৈছিল ?
উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত
২) প্ৰশ্ন :- কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ
পুথি ৰচনা কৰে ?
উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে
৩) প্ৰশ্ন :- প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি
কি ?
উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী,
হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী
৪) প্ৰশ্ন :- কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক
‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?
উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী
ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত
৫) প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে
ৰচনা কৰিছিল ?
উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল
মালিকে এই উপন্যাস খন ৰচনা কৰিছিল
৬) প্ৰশ্ন :- অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ
ফলত গঢ় লৈ উঠিছিল ?
উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয়
ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া
ভাষা গঢ় লৈ উঠিছিল
৭) প্ৰশ্ন :- ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক
কোন?
উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে
নামঘোষা ৰচনা কৰিছিল
৮) প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ
অন্তৰ্ভূক্ত আছিল ?
উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত
আছিল
৯) প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা
দুজন মিছনেৰীৰ নাম কি কি ?
উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন
১0) প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া
হৈছিল ?
উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত
Similar
Post: 1. General knowledge in Assamese Part 8 // Assamese GK Question Answer
2. General knowledge in Assamese Part 7 // Assamese GK Question Answer |
0 Comments