General knowledge in Assamese Part 12 // Assamese GK Question Answer

 General knowledge in Assamese Part 12 // Assamese GK, Assam GK Question Answer :

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন মহানগৰক জৱাহৰলাল নেহৰুৱে ভাৰতৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ আখ্যা দিছে?

উত্তৰ : পুণে।

২) প্ৰশ্ন : বৃহৎ জাহাজ নিৰ্মাণ কেন্দ্ৰ হিচাপেও জনাজাত ভাৰতৰ এখন উপকূলীয় চহৰ, নামটো কি?

উত্তৰ : বিশাখাপট্টনম।

৩) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?

উত্তৰ : উত্তৰাখণ্ড।

৪) প্ৰশ্ন : লোক সভাত সদস্য সকলে কাক সম্বোধি বক্তৃতা প্ৰদান কৰে?

উত্তৰ : অধ্যক্ষ।

৫) প্ৰশ্ন ; ‘ঝাৰখণ্ড’ ৰ পূৰ্বৰ নাম কি?

উত্তৰ : বনাঞ্চল।

৬) প্ৰশ্ন : “ৰাম, ৰহিম, আলাহ, খোদা, হৰি, গোবিন্দ যি নামেৰেই নামাতক কিয় তেওঁ এজন” – এই কথাষাৰ কোনে কৈছিল?

উত্তৰ : কবীৰ।

৭) প্ৰশ্ন : ভাৰতীয় কোনটো স্মৃতিসৌধক ৰবীন্দ্ৰনাথ ঠাকুৰে ‘অনন্তকালৰ এটোপাল অশ্ৰু’ হিচাপে আখ্যা দিছে?

উত্তৰ : তাজমহল।

৮) প্ৰশ্ন : ভাৰতৰ কোনে ‘টকা’ৰ পৰিৱৰ্তন কৰিছিল?

উত্তৰ : শ্বেৰশ্বাহ চুৰীয়ে।

৯) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই একমাত্ৰ নিজ ৰাজ্যৰ নামটোৰে ভাৰতীয় ভাষা এটাক বুজায়?

উত্তৰ : তামিলনাডু।

১০) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ভুমি সীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন?

উত্তৰ : মিজোৰাম।

১১) প্ৰশ্ন : ভাৰতৰ কোনটো উৎসৱ ৰঙালী, ভোগালী আৰু কঙালী – এই তিনিটা ধৰণে পালন কৰা হয়?

উত্তৰ : বিহু।

১২) প্ৰশ্ন : কাৰ ৰাজত্ব কালত ‘ফাহিয়ান’ ভাৰতলৈ আহিছিল?

উত্তৰ : গুপ্ত সকলৰ।

১৩) প্ৰশ্ন : আন্না চাল’ই বা মাউণ্ট ৰোড কোনখন চহৰৰ মুখ্য পৰিবহণ পথ?

উত্তৰ : চেন্নাই।

১৪) প্ৰশ্ন : ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?

উত্তৰ : দামোদৰ নদী।

১৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা কোন আছিল?

উত্তৰ : চাণক্য।

১৬) প্ৰশ্ন : ভাৰতৰ কোন খন ৰাজ্যত মূলতঃ খাচী ভাষা কোৱা হয়?

উত্তৰ : মেঘালয়।

১৭) প্ৰশ্ন : পৃথিৱী বিখ্যাত ভাৰতৰ ‘ধাৰাভী’ দৰাচলতে কি?

উত্তৰ : মুম্বাইৰ বস্তি অঞ্চল।

১৮) প্ৰশ্ন : ‘সৰজু’ নদী কোনখন পৱিত্ৰ চহৰৰ মাজেৰে বৈ গৈছে?

উত্তৰ : মাদুৰাই।

১৯) প্ৰশ্ন : ফতেহপুৰ চিক্ৰীত প্ৰৱেশৰ দুটা প্ৰধান দ্বাৰ আছে। ইয়াৰে এটা ‘শ্বাহী দৰৱাজা’। আনটো কি?

উত্তৰ : বুলন্দ দৰৱাজা।

২০) প্ৰশ্ন : কোন গৰাকী ভাৰত আক্ৰমণকাৰীক ‘ইছলামৰ তৰোৱাল’ বুলি জনা যায়?

উত্তৰ : গজনীৰ মাহমুদ।

২১) প্ৰশ্ন : কোনবিধ ফল ‘ৰত্ন, নীলম, সিন্ধু, ফীৰাৰদিন আৰু ইনুগু দত্ত’ – এই প্ৰকাৰ কেইটাত উপলদ্ধ?

উত্তৰ : আম।

২২) প্ৰশ্ন : কোনখন গ্ৰন্থক মহাত্মা গান্ধীয়ে ‘তেওঁৰ মাতৃ’ বুলি বিবেচনা কৰি তেওঁ জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল?

উত্তৰ : গীতা।

২৩) প্ৰশ্ন : স্নান ঘাট, হিন্দু বিশ্ব বিদ্যালয় আৰু ৰেচম কাপোৰৰ বাবে প্ৰসিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : বাৰানসী।

২৪) প্ৰশ্ন : অসমত টুপ্পা মানে কি বস্তুত বুজায়?

উত্তৰ : চাহৰ খৰাহী।

২৫) প্ৰশ্ন : ছান ফ্ৰান্সিছকো আৰু ক’লকাতাৰ পৰিবহণৰ মাজত সাদৃশ্য থকা পৰিবহণ ব্যৱস্থাটো কি?

উত্তৰ : ট্ৰাম গাড়ী।

২৬) প্ৰশ্ন : সৰ্ব পৰিচিত মহাকাশযান ‘ছোয়াজটি – 11’ ৰ ভাৰতীয় মহাকাশচাৰী গৰাকী কোন?

উত্তৰ : ৰাকেশ শৰ্মা।

২৭) প্ৰশ্ন : ভাৰতক কেইটা ‘ডাক সূচকাংক’ মণ্ডলত বিভক্ত কৰা হৈছে?

উত্তৰ : আঠটা।

২৮) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল প্লেটফ’ৰ্ম খন ক’ত অৱস্থিত?

উত্তৰ : খড়গপুৰ।

২৯) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ জনমুৰি আয় সৰ্বাধিক?

উত্তৰ : পঞ্জাৱ।

৩০) প্ৰশ্ন : ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক’ত স্থাপিত হৈছিল?

উত্তৰ : দিল্লী।

৩১) প্ৰশ্ন : ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়?

উত্তৰ : দিল্লী।

৩২) প্ৰশ্ন : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ক’ত অৱস্থিত?

উত্তৰ : নতুন দিল্লীত।

৩৩) প্ৰশ্ন : ভাৰতবৰ্ষৰ সাহসীকতাৰ সৰ্বোত্তম বঁটাটো কি?

উত্তৰ : মহাবীৰ চক্ৰ।

৩৪) প্ৰশ্ন : ভাৰতীয় ৰেড ক্ৰছ সমিতি কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯২০ চনত।

৩৫) প্ৰশ্ন : ৰাজস্থানৰ কোনখন মহানগৰক সপ্ত প্ৰৱেশ পথৰ মহানগৰ (City of Seven Gates) বুলি জনা যায়?

উত্তৰ : যোধপুৰ।

General Kowledge (GK) অসমীয়াত:

1. General knowledge in Assamese Part 10 // Assamese GK Question Answer

 

2. General knowledge in Assamese Part 9 // Assamese GK Question Answer

 

চৰকাৰী আৰু প্ৰাইভেট চাকৰি খৱৰ সদায় পাই থাকিবলৈ JOIN OUR WhatsApp Group:: ইয়াত ক্লিক কৰক

Post a Comment

0 Comments