General knowledge in Assamese Part 12 // Assamese GK, Assam GK Question Answer :
১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন মহানগৰক জৱাহৰলাল নেহৰুৱে ভাৰতৰ
অক্সফৰ্ড আৰু কেম্ব্ৰিজ আখ্যা দিছে?
উত্তৰ : পুণে।
২) প্ৰশ্ন : বৃহৎ জাহাজ নিৰ্মাণ কেন্দ্ৰ হিচাপেও জনাজাত ভাৰতৰ
এখন উপকূলীয় চহৰ, নামটো কি?
উত্তৰ : বিশাখাপট্টনম।
৩) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?
উত্তৰ : উত্তৰাখণ্ড।
৪) প্ৰশ্ন : লোক সভাত সদস্য সকলে কাক সম্বোধি বক্তৃতা প্ৰদান
কৰে?
উত্তৰ : অধ্যক্ষ।
৫) প্ৰশ্ন ; ‘ঝাৰখণ্ড’ ৰ পূৰ্বৰ নাম কি?
উত্তৰ : বনাঞ্চল।
৬) প্ৰশ্ন : “ৰাম, ৰহিম, আলাহ, খোদা, হৰি, গোবিন্দ যি নামেৰেই
নামাতক কিয় তেওঁ এজন” – এই কথাষাৰ কোনে কৈছিল?
উত্তৰ : কবীৰ।
৭) প্ৰশ্ন : ভাৰতীয় কোনটো স্মৃতিসৌধক ৰবীন্দ্ৰনাথ ঠাকুৰে ‘অনন্তকালৰ
এটোপাল অশ্ৰু’ হিচাপে আখ্যা দিছে?
উত্তৰ : তাজমহল।
৮) প্ৰশ্ন : ভাৰতৰ কোনে ‘টকা’ৰ পৰিৱৰ্তন কৰিছিল?
উত্তৰ : শ্বেৰশ্বাহ চুৰীয়ে।
৯) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই একমাত্ৰ নিজ ৰাজ্যৰ নামটোৰে
ভাৰতীয় ভাষা এটাক বুজায়?
উত্তৰ : তামিলনাডু।
১০) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ভুমি সীমা ম্যানমাৰ আৰু বাংলাদেশৰ
লগত সংলগ্ন?
উত্তৰ : মিজোৰাম।
১১) প্ৰশ্ন : ভাৰতৰ কোনটো উৎসৱ ৰঙালী, ভোগালী আৰু কঙালী – এই
তিনিটা ধৰণে পালন কৰা হয়?
উত্তৰ : বিহু।
১২) প্ৰশ্ন : কাৰ ৰাজত্ব কালত ‘ফাহিয়ান’ ভাৰতলৈ আহিছিল?
উত্তৰ : গুপ্ত সকলৰ।
১৩) প্ৰশ্ন : আন্না চাল’ই বা মাউণ্ট ৰোড কোনখন চহৰৰ মুখ্য পৰিবহণ
পথ?
উত্তৰ : চেন্নাই।
১৪) প্ৰশ্ন : ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?
উত্তৰ : দামোদৰ নদী।
১৫) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা কোন আছিল?
উত্তৰ : চাণক্য।
১৬) প্ৰশ্ন : ভাৰতৰ কোন খন ৰাজ্যত মূলতঃ খাচী ভাষা কোৱা হয়?
উত্তৰ : মেঘালয়।
১৭) প্ৰশ্ন : পৃথিৱী বিখ্যাত ভাৰতৰ ‘ধাৰাভী’ দৰাচলতে কি?
উত্তৰ : মুম্বাইৰ বস্তি অঞ্চল।
১৮) প্ৰশ্ন : ‘সৰজু’ নদী কোনখন পৱিত্ৰ চহৰৰ মাজেৰে বৈ গৈছে?
উত্তৰ : মাদুৰাই।
১৯) প্ৰশ্ন : ফতেহপুৰ চিক্ৰীত প্ৰৱেশৰ দুটা প্ৰধান দ্বাৰ আছে।
ইয়াৰে এটা ‘শ্বাহী দৰৱাজা’। আনটো কি?
উত্তৰ : বুলন্দ দৰৱাজা।
২০) প্ৰশ্ন : কোন গৰাকী ভাৰত আক্ৰমণকাৰীক ‘ইছলামৰ তৰোৱাল’ বুলি
জনা যায়?
উত্তৰ : গজনীৰ মাহমুদ।
২১) প্ৰশ্ন : কোনবিধ ফল ‘ৰত্ন, নীলম, সিন্ধু, ফীৰাৰদিন আৰু
ইনুগু দত্ত’ – এই প্ৰকাৰ কেইটাত উপলদ্ধ?
উত্তৰ : আম।
২২) প্ৰশ্ন : কোনখন গ্ৰন্থক মহাত্মা গান্ধীয়ে ‘তেওঁৰ মাতৃ’
বুলি বিবেচনা কৰি তেওঁ জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল?
উত্তৰ : গীতা।
২৩) প্ৰশ্ন : স্নান ঘাট, হিন্দু বিশ্ব বিদ্যালয় আৰু ৰেচম কাপোৰৰ
বাবে প্ৰসিদ্ধ ঠাই খনৰ নাম কি?
উত্তৰ : বাৰানসী।
২৪) প্ৰশ্ন : অসমত টুপ্পা মানে কি বস্তুত বুজায়?
উত্তৰ : চাহৰ খৰাহী।
২৫) প্ৰশ্ন : ছান ফ্ৰান্সিছকো আৰু ক’লকাতাৰ পৰিবহণৰ মাজত সাদৃশ্য
থকা পৰিবহণ ব্যৱস্থাটো কি?
উত্তৰ : ট্ৰাম গাড়ী।
২৬) প্ৰশ্ন : সৰ্ব পৰিচিত মহাকাশযান ‘ছোয়াজটি – 11’ ৰ ভাৰতীয়
মহাকাশচাৰী গৰাকী কোন?
উত্তৰ : ৰাকেশ শৰ্মা।
২৭) প্ৰশ্ন : ভাৰতক কেইটা ‘ডাক সূচকাংক’ মণ্ডলত বিভক্ত কৰা
হৈছে?
উত্তৰ : আঠটা।
২৮) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল প্লেটফ’ৰ্ম খন ক’ত অৱস্থিত?
উত্তৰ : খড়গপুৰ।
২৯) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ জনমুৰি আয় সৰ্বাধিক?
উত্তৰ : পঞ্জাৱ।
৩০) প্ৰশ্ন : ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক’ত স্থাপিত হৈছিল?
উত্তৰ : দিল্লী।
৩১) প্ৰশ্ন : ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা
হয়?
উত্তৰ : দিল্লী।
৩২) প্ৰশ্ন : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ক’ত অৱস্থিত?
উত্তৰ : নতুন দিল্লীত।
৩৩) প্ৰশ্ন : ভাৰতবৰ্ষৰ সাহসীকতাৰ সৰ্বোত্তম বঁটাটো কি?
উত্তৰ : মহাবীৰ চক্ৰ।
৩৪) প্ৰশ্ন : ভাৰতীয় ৰেড ক্ৰছ সমিতি কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯২০ চনত।
৩৫) প্ৰশ্ন : ৰাজস্থানৰ কোনখন মহানগৰক সপ্ত প্ৰৱেশ পথৰ মহানগৰ
(City of Seven Gates) বুলি জনা যায়?
উত্তৰ : যোধপুৰ।
General
Kowledge (GK) অসমীয়াত: 1. General knowledge in Assamese Part 10 // Assamese GK Question Answer 2. General knowledge in Assamese Part 9 // Assamese GK Question Answer |
0 Comments