General knowledge in Assamese Part 3 // Assamese GK, Assam GK Question Answer :
1.প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল ?
উত্তৰ : ১৮২৩ চনত
2. প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক
কোন আছিল ?
উত্তৰ : চুকাফা
3. প্ৰশ্ন :- কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক
ভাষাৰুপে স্বীকৃতি পাইছিল ?
উত্তৰ : ১৯৬১ চনত
4. প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন
কৰা হৈছিল ?
উত্তৰ : ১৮৮২ চনত
5. প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন
আছিল?
উত্তৰ : বীৰপাল।
6. প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল
?
উত্তৰ : ১৯২১ চনত
7. প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন
আছিল ?
উত্তৰ : বসন্ত দাস
8. প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল
?
উত্তৰ : ১৯০৩ চনত
9. প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম
আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত
10. প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত
মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ
Similar
Post:
|
0 Comments