General knowledge in Assamese Part 3 // Assamese GK Question Answer

 General knowledge in Assamese Part 3 // Assamese GK, Assam GK Question Answer :

1.প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল ?

উত্তৰ : ১৮২৩ চনত

2. প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ : চুকাফা

3. প্ৰশ্ন :- কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল ?

উত্তৰ : ১৯৬১ চনত

4. প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ : ১৮৮২ চনত

5. প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

6. প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ?

উত্তৰ : ১৯২১ চনত

7. প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?

উত্তৰ : বসন্ত দাস

8. প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল ?

উত্তৰ : ১৯০৩ চনত

9. প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত

10. প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ

Similar Post:

 


1. General knowledge in Assamese Part 2 // Assamese GK Question Answer


2. General knowledge in Assamese Part 1 // Assamese GK Question Answer

 

Post a Comment

0 Comments