অসম চৰকাৰৰ বিভিন্ন বিভাগত ৩৫,০০০ নতুন পদৰ এটি নিয়োগ অভিযান

 অসম চৰকাৰৰ  বিভিন্ন বিভাগত ৩৫,০০০ নতুন পদৰ এটি নিয়োগ অভিযান

ADRE, আৰক্ষী আৰু শিক্ষকৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ। কেতিয়া অনুষ্ঠিত ' তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। লাখ লাখ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। চাওক সৱিশেষ।

আমাৰ যুৱক-যুৱতীসকলৰ বাবে আমি বিভিন্ন বিভাগত ৩৫,০০০ নতুন পদৰ এটি নিয়োগ অভিযান আৰম্ভ কৰিবলৈ ওলাইছোঁ৷ যিসমূহৰ নিয়োগ প্ৰক্ৰিয়া অহা বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ 'ব৷ লাখ নিযুক্তিৰ পাছত এয়া আমাৰ অন্যতম বৃহৎ পদক্ষেপ৷ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মুখত হাঁহি বিৰিঙোৱাতো আমাৰ অন্যতম বৃহৎ লক্ষ্য৷

অসম  আৰক্ষী পদ =৬,৪০০+

শাৰীৰিক পৰীক্ষা: অক্টোবৰ ২০২৪ পৰা

ADRE য় বৰ্গৰ পদ :৭,৫০০+

প্ৰাৰম্ভিক পৰীক্ষা: ১৫, ২২ আৰু ২৯ চেপ্তেম্বৰ ২০২৪

 ADRE ৪ৰ্থ বৰ্গৰ পদ :৪,৫০০+

প্ৰাৰম্ভিক পৰীক্ষা: ২০ আৰু ২৭ অক্টোবৰ ২০২৪

প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক : ১৩,০০০+ (শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ পাব)

For more correct information please visit the link: CLICK HERE

Download Assam GK অসমীয়াত : CLICK HERE

Post a Comment

0 Comments