General knowledge in Assamese Part 5 // Assamese GK Question Answer

 General knowledge in Assamese Part 5 // Assamese GK, Assam GK Question Answer : 

১) প্ৰশ্ন :- অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ : আৰ্য

২) প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ : ভট্টদেৱ

৩) প্ৰশ্ন :-  শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ : ব্ৰজাৱলী

৪) প্ৰশ্ন :- কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?

উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে

৫) প্ৰশ্ন :-  ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট ?

উত্তৰ : কমেদী অৱ এৰৰ্চ

৬) প্ৰশ্ন :- কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ : ১৯৬০ চনত

৭) প্ৰশ্ন :-  অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

৮) প্ৰশ্ন :- ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী

৯) প্ৰশ্ন :- শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় ?

উত্তৰ : অংকীয়া নাট

১০) প্ৰশ্ন :- সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

উত্তৰ : বনফুল

Similar Post:

 


1. General knowledge in Assamese Part 4 // Assamese GK Question Answer


2.General knowledge in Assamese Part 3 // Assamese GK Question Answer


Post a Comment

0 Comments