General knowledge in Assamese Part 4 // Assamese GK Question Answer

 General knowledge in Assamese Part 4 // Assamese GK, Assam GK Question Answer :


1.    প্ৰশ্ন :- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ : ১৬৮২ চনত

2.   প্ৰশ্ন :- অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ?

উত্তৰ : ১৫৪৮ চনত

3.   প্ৰশ্ন :- অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?

উত্তৰ : ১৯২০ চনত

4.   প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ?

উত্তৰ : ১৯৪৮ চনত

5.   প্ৰশ্ন :- কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰ : ১৬৭১ চনত

6.   প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৪৭ চনত

7.   প্ৰশ্ন : টেলিফোন আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কোন চনত  হৈছিল ?

উত্তৰ : ১৮৬৬

8.   প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল ?

উত্তৰ : ১৯১৭ চনত

9.   প্ৰশ্ন :- অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৮৬

10. প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয় ?

উত্তৰ : ১৮৭৩ চনত

Similar Post:

 


1.General knowledge in Assamese Part 3 // Assamese GK Question Answer


2. General knowledge in Assamese Part 2 // Assamese GK Question Answer


3. General knowledge in Assamese Part 1 // Assamese GK Question Answer

 

Post a Comment

0 Comments