General knowledge in Assamese Part 4 // Assamese GK, Assam GK Question Answer :
1. প্ৰশ্ন
:- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?
উত্তৰ : ১৬৮২ চনত
2. প্ৰশ্ন
:- অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ?
উত্তৰ : ১৫৪৮ চনত
3. প্ৰশ্ন
:- অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?
উত্তৰ : ১৯২০ চনত
4. প্ৰশ্ন
: গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ?
উত্তৰ : ১৯৪৮ চনত
5. প্ৰশ্ন
:- কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?
উত্তৰ : ১৬৭১ চনত
6. প্ৰশ্ন
: অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল ?
উত্তৰ : ১৮৪৭ চনত
7. প্ৰশ্ন
: টেলিফোন আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কোন চনত
হৈছিল ?
উত্তৰ : ১৮৬৬
8. প্ৰশ্ন
: অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল ?
উত্তৰ : ১৯১৭ চনত
9. প্ৰশ্ন
:- অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল ?
উত্তৰ : ১৮৮৬
10. প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী
কৰা হয় ?
উত্তৰ : ১৮৭৩ চনত
0 Comments