General knowledge in Assamese Part 7 // Assamese GK, Assam GK Question Answer :
১) প্ৰশ্ন – প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?উত্তৰ : অসমীয়া পুথিৰ তালিকা
২) প্ৰশ্ন :- ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ
কোনে কৰিছিল ?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে
৩) প্ৰশ্ন :- শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন
?
উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
৪) প্ৰশ্ন :- অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ
উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?
উত্তৰ : অসম সাহিত্য সভা
৫) প্ৰশ্ন : – ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল
?
উত্তৰ : মাধৱ কন্দলী
৬) প্ৰশ্ন :- অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি
কাক আখ্যা দিয়া হয়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ
৭) প্ৰশ্ন :- প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত
ৰচনা কৰিছিল?
উত্তৰ : ৰাম সৰস্বতী
৮) প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’
নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ : নাথান ব্ৰাউন
৯) প্ৰশ্ন :- অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া
ভাষাৰ প্ৰথম নাট খনৰ নাম কি?
উত্তৰ : বীণ বৰাগী
১0) প্ৰশ্ন :- অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক
সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?
উত্তৰ : ………………………………..
Similar
Post:
|
0 Comments