General knowledge in Assamese Part 7 // Assamese GK Question Answer

 General knowledge in Assamese Part 7 // Assamese GK, Assam GK Question Answer :

১) প্ৰশ্ন –  প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?

উত্তৰ : অসমীয়া পুথিৰ তালিকা

২) প্ৰশ্ন :- ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে

৩) প্ৰশ্ন :- শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

৪) প্ৰশ্ন :- অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?

উত্তৰ : অসম সাহিত্য সভা

৫) প্ৰশ্ন : – ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?

উত্তৰ : মাধৱ কন্দলী

৬) প্ৰশ্ন :- অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ

৭) প্ৰশ্ন :- প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?

উত্তৰ : ৰাম সৰস্বতী

৮) প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : নাথান ব্ৰাউন

৯) প্ৰশ্ন :- অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?

উত্তৰ : বীণ বৰাগী

১0) প্ৰশ্ন :- অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?

উত্তৰ : ………………………………..

Similar Post:


1. General knowledge in Assamese Part 6 // Assamese GK Question Answer


2. General knowledge in Assamese Part 5 // Assamese GK Question Answer


Post a Comment

0 Comments