General knowledge in Assamese Part 11 // Assamese GK, Assam GK Question Answer :
1. প্ৰশ্ন :- অসমৰ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ
2. প্ৰশ্ন :- কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে
?
উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত
3. প্ৰশ্ন :- চীনা পৰিব্ৰাজকজনৰ নাম কি ?
উত্তৰ :হিউৱেন চাং
4. প্ৰশ্ন :- ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
উত্তৰ :আহোমসকলৰ ৰাজত্ব কালৰ পৰা
5. প্ৰশ্ন :- আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল
?
উত্তৰ :প্ৰায় ৬০০ বছৰ
6. প্ৰশ্ন :- আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : ইংৰাজী ১২২৮ চনত
7. প্ৰশ্ন :- অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক
কোন আছিল?
উত্তৰ : চুকাফা
8. প্ৰশ্ন :- আহোমৰ শেষ ৰজাজনৰ নাম কি ?
উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ
9. প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ
10. প্ৰশ্ন :- অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে
লিখে ?
উত্তৰ : আহোম সকলে
Similar Post : 1. General knowledge in Assamese Part 10 // Assamese GK Question Answer
2. General knowledge in Assamese Part 9 // Assamese GK Question Answer
|
0 Comments